সুন্দৰ ঠাইত সপোনৰ ঘৰ
সকলোৱে এটুকুৰা সুন্দৰ ঠাইত এখন সপোনৰ ঘৰ সাজিব বিচাৰে।
সামৰ্থ্য থকাৰ পিছতো সংযোগৰ অভাৱত কেতিয়াবা মানুহৰ মনোমোহা সুন্দৰ ঠাই বিচাৰি পাবলৈ অসুবিধা হয়। মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংযোগৰ অভাৱত সোণালী সুযোগ হেৰাই যায়।
আমাৰ ৱেবচাইটটো বিক্ৰেতা আৰু ক্ৰেতা মাজৰ যোগসূত্ৰ সৃষ্টি কৰিবলৈ প্ৰস্তুত কৰা হৈছে য’ত মাটি বিক্ৰেতাই সহজে মাটি বিক্ৰী আৰু ক্ৰেতাই সহজে কিনিব পাৰে।
মাটিৰ মালিকে মাটিৰ সম্পূৰ্ণ বিৱৰণ আৰু তেওঁৰ পৰিচয় পত্ৰ, ফোন নম্বৰ আমালৈ প্ৰেৰণ কৰিব আমি তথ্য পৰীক্ষা কৰি বিজ্ঞাপনৰ ৰূপত গ্ৰাহকক গুগল মানচিত্ৰ,চাৰিসীমাৰ ফটোসহ ঠাইসমূহৰ সবিশেষ প্ৰচাৰ কৰিম।
ইয়াত প্ৰবঞ্চনাৰ স্থান নাই।
ৱেবচাইটটোৰ পৰিচালনা কৰি কৰাত পৰিচালকে কিছু সময় খৰচ কৰিব লাগিব আৰু সেই সময়ৰ বিনিময়ত মালিক আৰু গ্ৰাহকে চাইটটো চলোৱাত সহায় কৰিবলৈ সামান্য মাচুল দিব লাগিব।
গ্ৰাহকে নিঃসন্দেহে ঠাইবোৰৰ স্পষ্টকৈ দিয়া ছবিবোৰ চাই নিজৰ পছন্দৰ মাটি এটুকুৰা কিনিবলৈ ওলাই আহি নিজৰ সপোন পূৰণ কৰিব পাৰিব ।
বিশ্বনাথ চাৰিআলিত
সপোনৰ ঘৰ সাজিবলৈ উত্তম স্থানত অৱস্থিত সুন্দৰ মাটি খণ্ড উপলব্ধ! নিসৰ্গৰ (প্ৰকৃতি) মাজত শান্তিপূৰ্ণ পৰিৱেশ, খোলা আকাশৰ তলত আপোনাৰ স্বপ্নৰ বাসগৃহ গঢ়ি তুলক।
প্ৰয়োজনীয় সকলো সুবিধাযুক্ত আৰু উন্নত পৰিবহন সংযোগ থকা এই মাটিত আপোনাৰ
ভৱিষ্যতৰ বাবে এটা সুস্থিৰ বিনিয়োগ কৰক। দ্বিধা নকৰিব, আপোনাৰ সপোনৰ ঠাইখন বাচি লওঁতে আজিয়েই আমাক যোগাযোগ কৰক!




মধ্যস্থতাকাৰী অবিহনে কিছুমান কাম অসম্ভৱ ৷
আমি মধ্যস্থতাকাৰীতে আপোনাৰ সমস্যা সমাধান হ’ব ৷
সপোনৰ ঘৰ সজাৰ সুযোগ ইয়াতেই !
মাটি ব্যৱসায়ৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিৰ সহযোগত আপোনাৰ পছন্দৰ সুন্দৰ ঠাইত সজাওক স্বপ্নৰ ঘৰ।
আমাৰসৈতে কিয় যুক্ত হ'ব ?
উৎকৃষ্ট স্থান: প্ৰকৃতিৰ মাজত শান্তিময়, সু-সংযোজিত আৰু আইনগতভাৱে নিৰাপদ স্থানৰ চয়ন।
সম্পূৰ্ণ কাগজ-পত্ৰৰ নিশ্চয়তা: মাটি কিনা-বেচাৰ সকলো আইনী নথি-পত্ৰ (দলিল, ৰেচিষ্ট্ৰেছন, মাটিৰ ৰেকৰ্ড আদি) আমি যোগান ধৰোঁ।
মাটিৰ গুণাগুণৰ বিশ্লেষণ: মাটি ব্যৱসায়ৰ জ্ঞানী বিশেষজ্ঞৰ দ্বাৰা মাটিৰ উৰ্বৰতা, উপযোগিতা আৰু আইনী স্পষ্টতাৰ প্ৰতিশ্ৰুতি।
সেৱাসমূহ:
✓ স্বপ্নৰ ঠাইৰ বাবে মাটিৰ বাছনি।
✓ কাগজ-পত্ৰ প্ৰস্তুতকৰণ আৰু আইনী সহায়।
✓ মাটিৰ ব্যৱসায়ীৰ পৰা প্ৰাপ্ত পেছাদাৰী পৰামৰ্শ।
যোগাযোগ কৰক:
: +৯১ ৭৬৭০০৩৪৬০০
: zaminbazar.in
: বৰগাং,বিশ্বনাথ,অসম-৭৮৪১৬৭
আজিয়েই সুযোগ লওক!
আপোনাৰ সপোনৰ ঘৰৰ বাবে সঠিক স্থান আৰু নিৰ্ভৰযোগ্য সহযোগিতা আমাৰ পৰা পাওক।
"সপোনৰ ঘৰটো আপোনাৰ নামত হওক... আমাৰ দায়িত্বত !"
ৰাতিপুৱা ৯টা বজাৰ পৰা ৰাতি ৮ বজালৈকে আপোনাক সহায় কৰিবলৈ আমাৰ ফোন নম্বৰ দিয়া হৈছে ৷ প্ৰয়োজন হ'লেই ফোন নাইবা WhatsApp কৰিব ৷
মোবাইলৰ পৰা তলৰ নম্বৰটোত Dial কৰক আৰু আমাৰ সৈতে সংযোগ স্থাপন কৰক ৷